SEM I (Major)

 Title of the Course : অসমীয়া ভাষা আৰু লিপিৰ পৰিচয়মূলক ইতিহাস

(Introduction to History of Assamese Language and Script)

Course Code : ASMC1

Nature of the Course : Core

Total Credits : 04

Distribution of Marks: 60 (End Sem) + 40 (In-Sem)

গোট ১ঃ অসমীয়া ভাষাৰ সাধাৰণ পিৰচয়ঃ নামকৰণ, ভাষিক মৰ্যাদা, প্ৰচলন ক্ষেত্ৰ, ভাষা-ভাষীৰ সংখ্যা, ভাষিক বৈশিষ্ট্য, আঞ্চলিক আৰু নৃগোষ্ঠীয় উপভাষিক ৰূপ, সংযোগী ভাষাৰ ভূমিকা।

গোট ২ঃ অসমীয়া ভাষাৰ মুল আৰু উদ্ভৱ কালঃ মুল আৰু উদ্ভৱ কাল সম্পকীয়া বিভিন্ন মুলৰ থূল মূল পৰিচয়।

গোট ৩ঃ অসমীয়া ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰঃ সময়সীমা, নামকৰণ, অধয়নৰ সমল আৰু ভাষিক আৰু বৈশিষ্ট্য সম্পৰ্কে  সংক্ষিপ্ত পৰিচয়।

গোট ৪ঃ অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ

প্ৰসংগ পুথিঃ

অসমীয়া ভাষাৰ উদ্ভৱ, সমৃিদ্ধি আৰু বিকাশঃ ডঃ উপেন্দ্ৰ গোস্বামী,  মণি-মাণিক প্ৰকাশ, গুৱাহাটী

অসমীয়া ভাষাৰ ইতিহাসঃ ডঃ ৰেমশ পাঠক, অশোক বুক ষ্টল, গুৱাহাটী

Assamese, Its Formation and Development: Banikanta Kakati, LBS, Guwahati, 1995

অসমীয়া ভাষাৰ গঠন আৰু বিকাশঃ  বিশ্বেশ্বৰ হাজিৰকা (অনুবাদ), বৰেপটা সাহিত্য সভা,

পিৰেবশক : বীণা লাইব্ৰেৰী, গুৱাহাটী

অসমীয়া ভাষা আৰু সংস্কৃতিঃ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা, জাৰ্ণাল এম্প'ৰিয়াম, নলবাৰী


No comments:

Post a Comment

Departmental activity

Departmental Seminar 2026 Dated 02/05/26 International Mother Language day 21/02/26 H.S 2nd yr Bihu practical examination 2026 Dated: 06/02/...