Department of Assamese, Namrup College
নামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ এটি মহাবিদ্যালয়ৰ উল্লেখনীয় বিভাগ। বিভাগটোত ৩ গৰাকী স্থায়ী আৰু ২ গৰাকী অস্থায়ী শিক্ষক আছে। বিভাগটোত প্ৰ্তি বছৰে প্ৰায়
২০ৰ পৰা ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে।
No comments:
Post a Comment