Thursday, September 18, 2025

অসমীয়া বিভাগৰ দ্বাৰা পৰিচালিত প্ৰাতঃসভা

 মহাবিদ্যালয়ৰ পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুযায়ী চেপ্তেম্বৰ মাহৰ ১৫,১৬ আৰু ১৭ ইংৰাজী তাৰিখে তিনিদিনৰ বাবে প্ৰাতঃসভা অনুষ্ঠিত কৰা হয়। এইসভাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উন্নতি হোৱা দেখা যায়।


No comments:

Post a Comment

Departmental activity

Departmental Seminar 2026 Dated 02/05/26 International Mother Language day 21/02/26 H.S 2nd yr Bihu practical examination 2026 Dated: 06/02/...