Thursday, September 18, 2025

বিভাগৰ সহযোগত অনুষ্ঠিত বিহু আদৰণি আৰু গুৰুসেৱা




ৰঙালী বিহুৰ আদৰণী পৰম্পৰাই নতুন বছৰৰ আগমনেৰে নতুন আশা আৰু আনন্দৰ সংকেত দিয়ে।
গুৰু সেৱা পৰম্পৰাই সমাজত সন্মান, স্নেহ, ঐক্য আৰু আধ্যাত্মিক বিশ্বাসক প্ৰতিফলিত কৰে। 

সংগতি ৰাখি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত কণী যুঁজ আৰু টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

 

No comments:

Post a Comment

Departmental activity

Departmental Seminar 2026 Dated 02/05/26 International Mother Language day 21/02/26 H.S 2nd yr Bihu practical examination 2026 Dated: 06/02/...